Lyrics

উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে (বিহু-বিহু)
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out