Lyrics

আই লাভ ইউ বুলি কলো মই তুমি চাগে নুহুনিলা কঠিন শিলৰ হৄদয় তোমাৰ সচাকে জানা আই নিড ইউ বুলি কলো মই তুমি চাগে নুবুজিলা বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা তিনিআলিতে লগ পোৱা দুটি মিঠা কথা কাজল কাজল কাজল চকুত সপোন দেখা চাইকেলত টিউচন যোৱা পিছে পিছে মই যোৱা বেকাকৈ তুমি চোৱা তোমালৈ মই চোৱা তুমি চাগে পাহৰিলা বুকুতে যে ন'ৰলা তুমি চাগে নুবুজিলা বুকুতে যে ন'থলা বুকু আজি উদাস উদাস উদাস উদাস উদং আই লাভ ইউ বুলি কলো মই তুমি চাগে নুহুনিলা কঠিন শিলৰ হৄদয় তোমাৰ সচাকে জানা আই নিড ইউ বুলি কলো মই তুমি চাগে নুবুজিলা বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা কলেজৰ কেন্টিনত গজা আৰু চাহ খোৱা সকলোৱে জোকোৱা আছিল জানো মিচা ৰাতি ৰাতি অকলে তোমাক লৈ নিৰলে গুপুতে সপোন গোথা আজি দেখো মিচা তুমি চাগে পাহৰিলা বুকুতে যে ন'ৰলা তুমি চাগে নুবুজিলা বুকুতে যে ন'থলা বুকু আজি উদাস উদাস উদাস উদাস উদং আই লাভ ইউ বুলি কলো মই তুমি চাগে নুহুনিলা কঠিন শিলৰ হৄদয় তোমাৰ সচাকে জানা আই নিড ইউ বুলি কলো মই তুমি চাগে নুবুজিলা বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা
Writer(s): Traditional, Lee Bernstein Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out