Lyrics

ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালেই লৰ মাৰে নেজানো কত তুমি থাকা নেজানো মই কত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এনধাৰ পথত জোনাক ৰাতি খোজে খোজে মই তুমি চাগে এনেকুৱাই নেজানো কত তুমি থাকা নেজানো মই কত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে দুঃখৰ বিষৰ চেনেহবোৰো উবূৰিয়াই দিয়া তুমিতো এনেকুৱাই বোকাত পদুম ফুলাৰ দৰেই জুবূৰিয়াই দিয়া ফুলি আছো তেনেকুৱাই নেজানো কত তুমি থাকা নেজানো মই কত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নানা নাৰা নেৰে নানা ৰেণানা নেৰে নেৰে নেৰে নে নেজানো কত তুমি থাকা নেজানো মই কত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে
Writer(s): Zubeen Garg Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out