Music Video

REBOTI ||Official Video ||Dikshu Sarma || Rimpi Das || Sachin Baruah || New Assamese Video
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Dikshu Sarma
Dikshu Sarma
Performer
COMPOSITION & LYRICS
Sunit Gogoi
Sunit Gogoi
Songwriter
PRODUCTION & ENGINEERING
Dikshu Sarma
Dikshu Sarma
Producer

Lyrics

এ হাঁয় ঐ এইবেলি বহাগত নাচিম শেষবাৰলৈ হেপাহ পলুৱাই তোৰ লগত বহাগৰ শেষতে লখিমী ৰূপতে এ হাঁয় ঐ সোমাবিহি ঘৰত মোৰে মৰমৰে উমত ঐ লাহি পাহি দেহাটি তোৰে ঐ মইনা গোলাপ ফুলা দুখন গাল মিচিকিয়া হাঁহিতে তোৰে ঐ মইনা কলিজা হয় চাৰি ফাল ৰৈয়ে ৰৈয়ে যাং কৈয়ে কৈয়ে যাং ৰৈয়ে ৰৈয়ে যাং কৈয়ে কৈয়ে যাং যাৱ যদি ক'চোন আজিয়ে লৈ যাং ঐ আ ঐ আ ৰে ৰেৱতী নেমু কুমলীয়া ৰে ৰেৱতী মৰম আলসুৱা ৰৈয়ে ৰৈয়ে যাং কৈয়ে কৈয়ে যাং ৰৈয়ে ৰৈয়ে যাং কৈয়ে কৈয়ে যাং যাৱ যদি ক'চোন আজিয়ে লৈ যাং ঐ আ ঐ আ মৰম হৈ আছিলি হাঁয় হাঁয় ঐ হবি জীৱন লগৰী বুকুৰ বিহুতলিত হাঁয় হাঁয় ঐ নাচিবি কঁকাল ভাঙি মনে বিচাৰিলেই হাঁয় হাঁয় ঐ জান বুলি মাতিলেই হাঁয় হাঁয় ঐ আহিবি তই কাষলে মোৰ ৰৈয়ে ৰৈয়ে যাং কৈয়ে কৈয়ে যাং ৰৈয়ে ৰৈয়ে যাং কৈয়ে কৈয়ে যাং যাৱ যদি ক'চোন আজিয়ে লৈ যাং ঐ আ ঐ আ
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out