Lyrics

দুচকুৱে আজি তোমাৰেই মুখনি বিচাৰি আমনি মোক কৰে ৰদালিৰে পৰা জোনাকীৰ বুকুচাত তুমিয়েই আছা প্ৰতি ক্ষণে তুমি কিনো মায়া সানিলা গোপনে আকাশে বতাহে মন উৰে দুৰলে পুৱাৰে অৰুণে তোমাকেই আদৰে বুকুৰ কথা বোৰ উৰি যায় সুৰেৰে বলিয়া মৰমৰ ভাষাৰে চিঠি অতিকৈ আপোন সপোন মোৰ তুমি দুচকুৱে আজি তোমাৰেই মুখনি বিচাৰি আমনি মোক কৰে ৰদালিৰে পৰা জোনাকীৰ বুকুচাত তুমিয়েই আছা প্ৰতি ক্ষণে মৰীচিকা হৈ তোমাৰ এটি ছায়া কাষলে আহি মোক কলে বহু কথা মৰীচিকা হৈ তোমাৰ এটি ছায়া কাষলে আহি মোক কলে বহু কথা ঢৌ খেলি উঠে বুকুৱেদি নামে চুবলে খুজিলে হেৰাই দুচকুতে নীৰৱে নীৰৱে আজি চিঞৰে মোৰ মনে ৰাতি নাই তুমি কাষত তথাপিও আছা কোনেও নেজানে তোমাৰ এই ঠিকনা ডাৱৰ মাতিলা নানিলা বাৰিষা অভিমানী তুমি বুজিও নুবুজা বলিয়া মৰমৰ ভাষাৰে চিঠি অতিকৈ আপোন সপোন মোৰ তুমি
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out