Lyrics

আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই অ' সপোনৰ হাঁহিটি চাই আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই অ' সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই অ' মতলীয়া সখী খাই দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাটি মাৰে গাতে ছাটি মাৰি যায় অ' গাতে ছাটি মাৰি যায় আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই অ' সপোনৰ হাঁহিটি চাই চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই অ' গাতে উৱাদিহে নাই আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই অ' সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই অ' মতলীয়া সখী খাই ।
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out