Music Video

Sannidhya Bhuyan & Tonmoy Krypton - Xarodi Nikha | Ritu Illustrations [Official Video]
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Sannidhya Bhuyan
Sannidhya Bhuyan
Performer
Tonmoy Krypton
Tonmoy Krypton
Performer
COMPOSITION & LYRICS
Sannidhya Bhuyan
Sannidhya Bhuyan
Lyrics
Tonmoy Krypton
Tonmoy Krypton
Arranger
Mrityunjoy Kakati
Mrityunjoy Kakati
Lyrics

Lyrics

শৰতৰে ৰাতি দূবৰিৰ নিয়ৰে জোনৰে লগতে কথা পাতে স্নিগ্ধ শেৱালিৰ অমিয়া সুবাসে শাৰদী মায়াবী ৰং সানে জোনাকীৰ ধেমালিতে আকলুৱা মোৰ মনে অতীতৰ মৰমৰ সুবাস আনে উতনুৱা মোৰ মনে পৰাণৰ গীত ৰচে সুৰে-সুৰে হৃদয়ৰ ৰং সানে সুৰভী সপোন মোৰ জাগি উঠে আশাভৰা গীতে আজি প্ৰাণ পালে শুৱনি পথাৰৰ ধাননি মৰমৰে মিঠা চাৱনি ল'ৰালিৰে সেই দিনবোৰে আজি মোক কৰেহি আমনি নদীৰে পাৰৰে বননি বতাহৰে এটি উৰুলি হেঁপাহৰে সেই পলবোৰে জীয়াই থকাৰ দিয়ে জাননী জোনাকীৰ ধেমালিতে আকলুৱা মোৰ মনে অতীতৰ মৰমৰ সুবাস আনে উতনুৱা মোৰ মনে পৰাণৰ গীত ৰচে সুৰে-সুৰে হৃদয়ৰ ৰং সানে সুৰভী সপোন মোৰ জাগি উঠে আশাভৰা গীতে আজি প্ৰাণ পালে
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out