Lyrics

আজি কাণে কাণে ৰাগিনীৰেই সুৰ আশে-পাশে আহি ৰয় দুচকুতে মোৰ আজি কাণে কাণে ৰাগিনীৰেই সুৰ আশে-পাশে আহি ৰয় দুচকুতে মোৰ তুমি মোৰ মধুমালিনী তুমি মোৰ স্বপ্নসাৰথী। তুমি মোৰ মধুমালিনী তুমি মোৰ স্বপ্নসাৰথী। ক'ৰেনো তুমি জলপৰী ক'ৰেনো তুমি জলপৰী তুমি জানা নে নাজানা মনতে মোৰ দুমোজা তুমি বুজা নে নুবুজা বৰষা হৈ চোৱানা ৰং হনা সেউজীয়া আলসুৱা মোৰে হিয়া ৰং দিয়া সেন্দুৰীয়া নাম দিয়া ভালেপোৱা বিচাৰি প্ৰেৰণা দিবানে ঠিকনা দিবানে কোৱানা দিবানে কোৱানা আজি কাণে কাণে ৰাগিনীৰেই সুৰ আশে-পাশে আহি ৰয় দুচকুতে মোৰ
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out