Music Video

'Tokari' - Papon & Sugandha Garg, Coke Studio @ MTV Season 2
Watch {trackName} music video by {artistName}

Credits

PERFORMING ARTISTS
Papon
Papon
Performer
Sugandha Garg
Sugandha Garg
Performer
Tanmay Ray Chaudhary
Tanmay Ray Chaudhary
Drums
Deepak Saikia
Deepak Saikia
Bass
Kalyan Baruah
Kalyan Baruah
Guitar
Kirti Prabhar Das
Kirti Prabhar Das
Performer
Probin Saikia
Probin Saikia
Performer
Manab Kalita
Manab Kalita
Performer
COMPOSITION & LYRICS
Papon
Papon
Composer
PRODUCTION & ENGINEERING
Papon
Papon
Producer
Steve Fitzmaurice
Steve Fitzmaurice
Recording Engineer
Ashish Manchanda
Ashish Manchanda
Mastering Engineer

Lyrics

শ্যামৰাই ক'লীয়া অহে বিনন্দীয়া অহে বিনন্দীয়া গৌৰাংগ চৰায় কোন বনে চাৰিলা ধেনু, হে হৰি? কদম-তলে কানাই মুৰুলী বজায় ঐ ৰাম, কদম-তলে কানাই মুৰুলী বজায় যমুনাৰ বালিতে শ্যামৰাই ক'লীয়া কৃষ্ণই বাঁহী বজায় অহে বিনন্দীয়া যমুনাৰ বালিতে শ্যামৰাই ক'লীয়া কৃষ্ণই বাঁহী বজায় অহে বিনন্দীয়া মাথাৰে মুকলি চুলি, হে হৰি কদম-তলে কানাই মুৰুলী বজায় ঐ ৰাম, কদম-তলে কানাই মুৰুলী বজায় (বজায়, বজায়...) অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি? তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই? যমুনাৰ বালিতে, কদম্বৰ তলতে যমুনাৰ বালিতে, কদম্বৰ তলতে মেৰাই মেৰাই বান্ধিব তোকে শ্যাম ক'লীয়া, ক'ত আজি পলাবি? তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই? বৃন্দাবনৰ মাজে কানু, অ', শ্যাম ক'লীয়া গো-ধেনু চৰায়, প্ৰভু, অ', শ্যাম ক'লীয়া বৃন্দাবনৰ মাজে কানু, অ', শ্যাম ক'লীয়া গো-ধেনু চৰায়, প্ৰভু, অ', শ্যাম ক'লীয়া অ', বংশী-ৰাৱে গোপী-মনক ভুলায় হে হে, অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই? যমুনাৰ বালিতে, কদম্বৰ তলতে মেৰাই মেৰাই বান্ধিব তোকে শ্যাম ক'লীয়া, ক'ত আজি পলাবি? তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই? (তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি?) অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি? তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি? অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি? তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি? অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই? অ', ৰাম জয় হৰি
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out