Music Video

Antaheen (From "Antaheen")
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Dikshu
Dikshu
Lead Vocals
Gitartha Girin
Gitartha Girin
Performer
COMPOSITION & LYRICS
Gitartha Girin
Gitartha Girin
Songwriter
PRODUCTION & ENGINEERING
Akash Nibir
Akash Nibir
Producer

Lyrics

জোন গলা প্ৰতিটো নিশা তোমাৰেই নামতে সঁপি দিম ৰ'দে সজা প্রতিটো পুৱা তোমাৰেই নামতে সিঁচি দিম তুমিয়েইতো মোৰ আদি-অনাদি বুকুতে প্ৰেমৰ মিঠা ৰাগিনী উন্মানা নৈৰ ঢৌ তুলি তুলি সিঁচি দিয়াঁনা চৌপাশে প্ৰণয় ৰাঙলী লিখি লিখি ভাগৰোঁ কবিতা প্ৰেমৰ অন্তহীন গণি গণি আদৰোঁ অনুৰণ অন্তহীন নিয়ৰৰে টোপালে দুভৰিকে চুমিলে ছুই যাব দিয়াঁ মোৰ শেতেলি মৰমৰ উমেৰে হিয়া মোৰ ৰ'দালে আহিব দিয়াঁচোন গধূলি দুহাতৰ পৰশত সাৰ পাব সপোনো দি যোৱাঁ ফাগুনৰ এচেৰেঙা আদৰো তুমিয়েইতো মোৰ আদি-অনাদি বুকুতে প্ৰেমৰ মিঠা ৰাগিনী উন্মানা নৈৰ ঢৌ তুলি তুলি সিঁচি দিয়াঁনা চৌপাশে প্ৰণয় ৰাঙলী লিখি লিখি ভাগৰোঁ কবিতা প্ৰেমৰ অন্তহীন গণি গণি আদৰোঁ অনুৰণ অন্তহীন
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out