Music Video

Joor Ejaak | Zubeen Garg | Full Audio | Rishang | Assamese Film Song
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Lead Vocals
COMPOSITION & LYRICS
Zubeen Garg
Zubeen Garg
Songwriter

Lyrics

অহ' জুৰ এজাক বতাহে কপালে মোক নাজানো ক'তেনো হেৰুৱালো গৈ নিজক বিচাৰি বিচাৰি পালো তোমাৰে মাজত মইনো কোন কোন মই বুজালা ৷ অহ' শিহৰন কিদৰে জাগে দেহত সপোন কিদৰে ওমলে বুকুৰ পাৰত তৃষা মই ভাবনাৰ বই কিহৰেনো সোত কিয় বাৰু এনে হয় তুমি জনালা ৷ সকলোতে যেন নতুনৰে ৰঙ দুচকুৰে নিলাতে দেখো কোনোদিনে নোপোৱা এটি ক্ষণ তোমাৰ হাহিৰে মাগো দুনয়ন সেমেকাই নেদেখা ন'হ'ৱা ৷ অহ' জুৰ এজাক বতাহে কপালে মোক নাজানো ক'তেনো হেৰুৱালো গৈ নিজক বিচাৰি বিচাৰি পালো তোমাৰে মাজত মইনো কোন কোন মই বুজালা ৷ অহ' জান দি গ'ল প্ৰিতিয়ে পাখি মেলি হিয়াতে মনতে আদৰ তোমালে এৰি যতনে পালিবৰ মন মেলিছো আজি হেজাৰ বাহি প্ৰেমৰ শুনালা শিকিছো গাবলে বজাবলে সকলো পাহৰি ভিৰতো নাছিবলে অজাতৰ অভিমান ফালি ছিৰি থ'ব'লে পৃথিৱী মোৰ এটি নাম মৰম বুলিলা ৷ সকলোতে যেন নতুনৰে ৰঙ দুচকুৰে নিলাতে দেখো কোনোদিনে নোপোৱা এটি ক্ষণ তোমাৰ হাহিৰে মাগো দুনয়ন সেমেকাই নেদেখা ন'হ'ৱা ৷ অহ' জুৰ এজাক বতাহে কপালে মোক নাজানো ক'তেনো হেৰুৱালো গৈ নিজক বিচাৰি বিচাৰি পালো তোমাৰে মাজত মইনো কোন কোন মই বুজালা ৷৷
Writer(s): Jatin Sharma, Diganta Bharati Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out