Lyrics

জোনৰ বুকুত দেখা তুলসী জুপি The shrub I saw basking in moonshine আইতাৰ কোলাত তৰালি ৰাতি A starfall night in the lap of dear granny তাতেই মোৰ ল'ৰালি উটি ভাঁহি হ'ল জোনাকী My childhood tides away in it moonlit স্মৃতি গচকী আজি Trampling memories tonight জোনাকী আলহী Are my visitors moonlit মোৰ সোণালী ল'ৰালি My glorious childhood মোৰ সোণালী ল'ৰালি My glorious childhood আইতাৰ উমাল শেতেলিতে সাধু শুনি On gran's warm bed of stories আঁকিছিলোঁ জীৱনৰ কতনা ছবি I dreamed my life in awe সেই ক্ষণ আজি মায়া That moment's a mirage tonight সোঁৱৰণি Reminisce স্মৃতি গচকি আজি Trampling memories tonight জোনাকী আলহী Are my visitors moonlit মোৰ সোণালী ল'ৰালি My glorious childhood মোৰ সোণালী ল'ৰালি My glorious childhood কাগজৰ নাৱেৰে ভটিয়াই যাবৰ মন In paper boats I want to rush downstream উচাহৰ ফুলনিত উৰিবলৈ মন Glide over the edens of hope কণমানি পখিলা জনী ক'ত নো হেৰাল Where has this lil' butterfly been lost? ল'ৰালি সোণালী Glorious childhood স্মৃতি গচকি আজি Trampling memories tonight জোনাকী আলহী Are my visitors moonlit মোৰ সোণালী ল'ৰালি My glorious childhood মোৰ সোণালী ল'ৰালি My glorious childhood
Lyrics powered by www.musixmatch.com
Get up to 2 months free of Apple Music
instagramSharePathic_arrow_out