Lyrics

ভৰসা সময়ৰ The belief in time যাতনা অৱক্ষয়ৰ The misery of decay নেলাগে মোক সুখ I do not seek joy মুখাৰ আঁৰৰ মুখ Nor the faces masked জীৱন Life মিছা সঁজাত A lie, construct আকাংক্ষাৰ Of hopes বিহগৰ অকৰা প্ৰণয় A foolish fervour সমাধিৰ খিৰিকী খুলি Ripping the grave's opening অজানা ধুমুহা বলি In a storm unprecedented সময়ৰ শিকলি ছিঙি Unshackling the dreads of time জীৱনো হ'ল ধূলি My life turns to dust ধূসৰ অচিন স্বৰ্গ পথত This dusty trek to salvation নৰকৰ একুৰা বলিয়া অনল Is ashened with hellish flames মৃত্যুঞ্জয়ৰ সাঁথৰ The riddle of invincibility ভাঙি জটিল বাটৰ Chart the unknown waters পম খেদি বিচাৰি On the trail of উত্তৰ Answers দেহে তেজী উৰি যোৱা My soul escapes me as i sigh আত্মাও আজি নিথৰ Even in escape, it's paralysed মন ভেদী সামৰি An arrested heart's গৰল Poison সৌ চোৱা চিতাৰে জুইত Look, the pyres burn দিঠকৰে চিৎকাৰ Dreams scream অথৰ্ব কামনাই Stillborn desires বিদাৰে বক্ষ Mangle life জীৱনৰ Bare-bodied সমাধিৰ খিৰিকী খুলি Ripping the grave's opening অজানা ধুমুহা বলি In a storm unprecedented সময়ৰ শিকলি ছিঙি Unshackling the dreads of time জীৱনো হ'ল ধূলি My life turns to dust ধূসৰ অচিন স্বৰ্গ পথত This dusty trek to salvation নৰকৰ একুৰা বলিয়া অনল Is ashened with hellish flames
Lyrics powered by www.musixmatch.com
Get up to 2 months free of Apple Music
instagramSharePathic_arrow_out