Lyrics
সময়ৰ ফৰ্মুঠিত ছিটিকি পৰে স্মৃতি সৰে
Time pierces through the past, memories shower
ল'ৰালিৰ অনুভূতি ওলমি আহে বোকোচা ভৰে
Lost childhood passions return to fill my lap
জীৱন বেচিও নাজানো ক'তে পাম
Even if I trade my life, would I find
এনে মানুহ
One like you
একে মনৰ
Whose heart beats like mine
জীৱন যেনি যায় তেনিয়ে বঠা বায়
Wherever life gushes in, I row
একে নাৱৰে লগৰীয়া আমি
We share the same boat
ছিটিকি পৰে ধেমালি পুৰণি
Lost childhood splatters around
ঢাপলি মেলি আহি কয় তোৰে মোৰে কথা
Shares our tales as it scampers about
বাটে বাটে সাৰথি
My fellow seafarer
ভৰসাৰে সাৱটি
In belief's embrace
ৰ'ল কাষত
You stayed by my side
লগৰীয়া
My friend
সকলো কাটি কৰি
Despite desperate struggles
দুখৰো শেষত হাঁহি
Sorrows lead to smiles
বিৰিঙালে যি
Because of you
লগৰীয়া
My friend
ন'হ'বি দূৰ
Don't go away
শেষলৈ আছে বাকী
The end's not even near
আৰু বহুদূৰ
A million miles more
যাবলে উকিয়াই কিৰিলি
We will go cheering
নচলে মোৰ জীৱন
My life halts
তই ন'হ'লে
Without you
আজীৱন লগৰীয়া
My forever confidant
ছিটিকি পৰে ধেমালি পুৰণি
Lost childhood splatters around
ঢাপলি মেলি আহি কয় তোৰে মোৰে কথা
Shares our tales as it scampers about
Lyrics powered by www.musixmatch.com